Breaking News

সোণাৰিত হৰ ঘৰ দস্তক কাৰ্যসূচীৰ শুভাৰম্ভ।

 


সোণাৰিত হৰ ঘৰ দস্তক কাৰ্যসূচীৰ শুভাৰম্ভ।

কোভিড-১৯ ৰোগৰ পৰা পৰিত্ৰাণ পাবৰ বাবে চৰকাৰে ৰূপায়ন কৰি থকা টিকাকৰন কাৰ্যসূচীৰ পৰা যাতে কোনো লোকে বাদপৰি নাযায় সেয়া নিশ্চয় কৰিবৰ বাবে ৰূপায়ন কৰিব লোৱা "হৰ ঘৰ দস্তক" কাৰ্যসূচী আজি চৰাইদেউ জিলাত শুভাৰম্ভ কৰা হয়। এই উপলক্ষে আজি পুৱা সোণাৰি নগৰ স্বাস্থ্য কেন্দ্ৰত এক উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱাই কাৰ্যসূচীৰ আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে। 

No comments