Breaking News

আজি মেৰাপানীত উপস্থিত হয় পংকজ পাঠক। আজি দৈয়াং মহাবিদ্যালয়ত এক স্বাস্থ্য সজাগতা সভাত অংশগ্ৰহণ কৰে


 ডিজিটেল সংবাদ, মেৰাপানীঃ 
আজি মেৰাপানীত উপস্থিত হয় পংকজ পাঠক। আজি দৈয়াং মহাবিদ্যালয়ত এক স্বাস্থ্য সজাগতা সভাত অংশগ্ৰহণ কৰে আৰ্চয্য পংকজ পাঠক। মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলক উদ্যেশ্য কৰি স্বাস্থ্য সম্বন্ধীয় কেইবাটিও গুৰুত্বপূৰ্ণ মন্তব্য দাঙি ধৰে। উক্ত কাৰ্যসূচীত উপস্থিত থাকে মহাবিদ্যালয় খনৰ অধ্যক্ষ বিদুৰ কুমাৰ বৰুৱা,প্ৰবক্তা ক্ৰমে দুলাল দাস,মনোজ কুমাৰ শইকীয়া,অজিত শইকীয়া,সুনীল বৰা,চুৰেন শইকীয়া,দেৱজানী বৰুৱা,বিউটি শইকীয়াৰ লগতে ছাত্ৰ ছাত্ৰী সকলে অংশগ্ৰহণ কৰে।

No comments