Breaking News

বিশিষ্ট বৈষ্ণৱ পণ্ডিত, অসম সত্ৰ মহাসভাৰ প্ৰাক্তন সভাপতি লীলাকান্ত মহন্তৰ বিয়োগ

শিৱসাগৰৰ কোঁৱৰপুৰত অৱস্থিত শ্ৰী শ্ৰী বৰখাতপাৰ সত্ৰৰ পূজ্যপাদ সত্ৰাধিকাৰ শ্ৰী লীলাকান্ত মহন্ত দেৱৰ বিয়োগ ।

সত্ৰীয়া সংস্কৃতিৰ এজন পুৰোধা ব্যক্তি, অসম সত্ৰ মহাসভাৰ প্ৰাক্তন সভাপতি, শ্ৰী লীলাকান্ত মহন্ত দেৱৰ বিয়োগত অঞ্চলজুৰি শোকৰ বন্যা ।

ৰাজ্যৰ প্ৰাক্তন আৰক্ষী সঞ্চালক ভাস্কৰজ্যোতি মহন্তৰ পিতৃৰ দেহাৱসান ।


No comments