Breaking News

কংগ্ৰেছৰ পৰা পদত্যাগ সুশান্ত বৰগোহাঁইৰ



ৰাজনৈতিক প্ৰেক্ষাপটত বহুলভাৱে চর্চিত হৈ আছিল যে, কংগ্রেছ দলৰ পৰা পদত্যাগ কৰি বিজেপিত যোগদান কৰিব সুশান্ত বৰগোহাঁইয়ে। ১০৭ নং থাওৰা সমষ্টিৰ কংগ্ৰেছ দলৰ বিধায়ক সুশান্ত বৰগোহাঁইৰ

প্ৰত্যাক্ষিতভাৱেই কংগ্রেছ দলৰ পৰা পদত্যাগ। আজি

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰালৈ থাওৰাৰ বিধায়ক সুশান্ত বৰগোহাঁইয়ে প্রেৰণ কৰে পদত্যাগ পত্র। উল্লেখ্য যে, সুশান্ত বৰগোহাঁই

শনিবাৰে বিধায়ক পদৰ পৰা পদত্যাগ কৰাৰ সম্ভাৱনা থকাৰ লগতে তেওঁ 

১ আগষ্টত বিজেপিত যোগদান কৰিব ।

No comments