Breaking News

টুইটাৰ অধিপতি এল'ন মাস্কৰ লক্ষ্য এইবাৰ কোকা ক'লা



ডিজিটেল ডেস্কঃ সামাজিক মাধ্যম টুইটাৰ পিছতে এইবাৰ এলন মাস্কে কোকা ক'লা ক্ৰয় কৰাৰ খবৰ পোৱা গৈছে। টুইটাৰ ক্ৰয় কৰাৰ পাছতে এল'ন মাস্ক সামাজিক মাধ্যমত প্ৰায় সক্রিয় হৈ পৰিছে। 


তেওঁ এটাৰ পিছত এটা টুইট কৰা পৰিলক্ষিত হৈছে। একেদৰে এল'ন মাস্কে পুনৰ কোকা ক'লা ক্ৰয় কৰিব এই বিষয়ে অৱগত কৰিছে।


এল'ন মাস্কে বৃহস্পতিবাৰে পুনৰ  কোকা ক'লা ক্ৰয় কৰাৰ বিষয়ে টুইট কৰি কয় যে, "পুনৰ মই কোকা ক'লা ক্ৰয় কৰিব লৈছো, এইবাবে  যাতে আমি কোকিন মিহলাব পাৰো"।


No comments