Breaking News

গৌৰীপুৰৰ বৰাইবাৰীৰ মৰা টিপকাই নদীত এটা সাগৰীয় ডলফিন

 


ডিজিটেল সংবাদ, ধুবুৰীঃ গৌৰীপুৰৰ বৰাইবাৰীৰ  মৰা টিপকাই নদীত এটা সাগৰীয়  ডলফিন  উদ্ধাৰকলৈ তীব্ৰ চাঞ্চল্য।গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বৰাইবাৰীৰ  তিস্তাপাৰা গাৱৰ সমীপত মৰা টিপকাই নদীৰ পৰা এটা সাগৰীয় ডলফিন সদৃশ মাছ উদ্ধাৰ কৰাক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হয়।গাওখনৰ  মাছমৰীয়াৰ  জালত উঠিল  এই বৃহৎ আকাৰৰ সাগৰীয়ডলফিনটো।ডলফিনটো চাবলৈ ৰাইজৰ মাজত হেতাওপৰা।পিছে নদীত এৰি দিয়া হয় সাগৰীয় মাছটো।

No comments