Breaking News

৩০ অক্টোবৰৰ ধাৰাবাহিক বিস্ফোৰণৰ মূল দোষী ৰঞ্জন দৈমাৰীৰ যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় বাহাল ৰাখিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

 


৩০ অক্টোবৰৰ ধাৰাবাহিক বিস্ফোৰণৰ মূল দোষী ৰঞ্জন দৈমাৰীৰ যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় বাহাল ৰাখিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে।  আন ১০জনৰ পূৰ্বৰ শাস্তি বাহাল ৰখাৰ বিপৰীতে চাৰিজনক দোষমুক্ত ঘোষণা কৰিলে উচ্চ ন্যায়ালয়ে। 

দোষমুক্ত হোৱা কেইজনৰ নাম অনচাই বড়ো, লখৰা বসুমতাৰী, ইন্দ্ৰ ব্ৰহ্ম আৰু জয়ন্তী ব্ৰহ্ম। ৰঞ্জন দৈমাৰী, অজয় বসুমতাৰী, ৰাজু সৰকাৰ, খৰ্গেশ্বৰ বচুমতাৰী, জৰ্জ বড়ো, ৰাজেন গয়াৰী আৰু বৈশাগী বসুমতাৰীৰ যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় বাহাল।

No comments