Breaking News

বিলাসীপাৰা মহকুমা আৰক্ষী প্ৰশাসনৰ ৰাষ্ট্ৰীয় একতা দিৱস পালন


ডিজিটেল সংবাদ, ধুবুৰীঃ 
 ধুবুৰী আৰক্ষী অধীক্ষকৰ নিৰ্দেশ মৰ্ন্মে সৰদাৰ বল্লৱভাই পাৰ্টিল জন্ম দিনৰ লগত সংগতি ৰাখি   বিলাসীপাৰা মহকুমা আৰক্ষী প্ৰশাসনৰ ৰাষ্ট্ৰীয় একতা দিৱস পালন ,উল্লেখ্য যে ৰাষ্ট্ৰীয় একতা দিৱসত , 20th IRBN Panbari, লগতে বিভিন্ন গাঁৱৰ গাঁওৰক্ষী বাহিনী উপস্থিত থকা বুলি জানিব পৰা গৈছে, চাওঁ আঁহক আমাৰ এই বিশেষ প্ৰতিবেদন, 




No comments