Breaking News

ক্ৰেতাৰ ৰূপত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ



দেশত অত্যাধিক মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাৰ ওপৰত মাধমাৰৰ সোধোৱাৰ  সময়তে এইবাৰ ক্রেতাৰ ৰূপত দেখা গল কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক। পাচলিৰ বজাৰত আলু-পিঁয়াজ কিনিলে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে।

পদপথৰ এগৰাকী ক্ষুদ্ৰ ব্যৱসায়ীৰ পৰা নিৰ্মলা সীতাৰমনে ক্ৰয় কৰে কিছু মিঠা আলু আৰু কেৰেলা।

আনহাতে একে সময়তে বজাৰখনৰ ক্ষুদ্ৰ শাক-পাচলি বিক্রেতাসকলৰ সৈতেও মত-বিনিময় কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী গৰাকীয়ে।

No comments