Breaking News

কলিয়াবৰত ধুমুহাৰ তাণ্ডৱ

 


ডিজিটেল সংবাদ,কলিয়াবৰ.....কলিয়াবৰত ধুমুহাৰ তাণ্ডৱ।মহকুমাটিৰ বিভিন্ন স্থানত ধুমুহাই ঘৰ দুৱাৰ ভাঙি বিস্তৰ ক্ষতিসাধন কৰে।


কলিয়াবৰৰ বামুণী,শাকমুঠীয়া চাহ বাগিছা, বৰালীগাওঁ আদি অঞ্চলত বিস্তৰ ধুমুহাৰ ফলত বিস্তৰ ক্ষতিসাধন হয়।বামুণী অঞ্চলৰ ৰেণু বেগমৰ ঘৰত গছ পৰি বিস্তৰ ক্ষতি সাধন কৰে। কোনোমতে ঘৰৰ গৰাকী প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয়।

No comments