Breaking News

বোকাখাতৰ পানবাৰী আদৰ্শ গাঁৱত অঘটন।



ডিজিটেল সংবাদ, বোকাখাত:
👉বন্যহস্তীৰ আক্ৰমনত নিহত এগৰাকী মহিলা।

👉পথাৰৰ পৰা গৰু আনিবলৈ যোৱা অৱস্থাত অতৰ্কিতে আক্ৰমন মহিলা গৰাকীক।

👉গুৰুতৰ ভাৱে আহত মহিলা গৰাকীক ততাতৈয়াকৈ বোকাখাত স্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ত ভৰ্তি। 

👉চিকিৎসালয়তে মৃত্যু মহিলা গৰাকীৰ। 

👉নিহত মহিলা গৰাকীৰ নাম ৰীনা দাস(৪৫)।

No comments