Breaking News

দেৰগাঁৱত ভয়ানক অগ্নিকাণ্ডৰ ঘটনা।


ডিজিটেল সংবাদ, দেৰগাঁওঃ দেৰগাঁৱত ভয়ানক অগ্নিকাণ্ডৰ ঘটনা। জুইত ভস্মীভূত এটা ম'বিলৰ গুডাম অগ্নিকাণ্ডত ভস্মীভূত এখন ব্যৱসায়ীক প্ৰতিষ্ঠান। অগ্নি নিৰ্বাপক বাহিনীয়ে অৱশেষত নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় জুই। কথমপি ৰক্ষা পৰিল কাষতে থকা এটা পেট্ৰ'ল পাম্প ।অগ্নিকাণ্ডৰ কাৰন এতিয়াও জানিব পৰা হোৱা নাই ।

No comments