Breaking News

সোণাৰি সদৰ থানাত ভয়ংকৰ ঘটনা আৰক্ষীয়ে গুলীয়াই হত্যা কৰিলে সতীৰ্থক


ডিজিটেল সংবাদ, সোণাৰিঃ 
সোণাৰি সদৰ থানাত ভয়ংকৰ ঘটনা আৰক্ষীয়ে গুলীয়াই হত্যা কৰিলে সতীৰ্থক নিহত আৰক্ষী গকুল বসুমতাৰী  সতীৰ্থ দীপক কাকতিয়ে গুলীয়ালে সতীৰ্থক সোণাৰি থানাৰ ভিতৰত চাৰি জাঁইকৈ গুলী ডিঙিত চাৰিটা গুলী লাগিছে গকুল বসুমতাৰীৰ সোণাৰি থানাৰ প্ৰৱেশদ্বাৰ বন্ধ কৰিলে আৰক্ষীয়ে

No comments