Breaking News

চিৰাঙৰ বিজনীৰ ১ নং দাৰাংগাত SSB ৰ অভিযান।


ডিজিটেল সংবাদ, চিৰাং: 
২ ডাল কেঁকো সাপসহ গ্ৰেপ্তাৰ ৩ সৰবৰাহকাৰী। ধৃত সৰবৰাহকাৰী ৩ টা ক্ৰমে  দেবো দাস, ৰঘুনাথ দাস, বিপ্লৱ চন্দ্ৰ দাস। ইয়াৰে দেবো দাস বিজনীৰ ১ নং দাৰাংগা, ৰঘুনাথ দাস বঙাইগাওঁৰ ৩ নং বাশবাৰী আৰু বিপ্লৱ চন্দ্ৰ দাস  গোলাপাৰা নিৱাসী । SSB য়ে ধৃত কেঁকো সাপসহ সৰবৰাহকাৰী ৩ টাক বনবিভাগৰ কুকলুং ৰেঞ্জত চমঝাই দিয়ে 

No comments