Breaking News

বিজনীৰ ২ নং ছাতিয়ানগুৰী বাণিয়াপাৰাত শ্ৰী শ্ৰী মহাপ্ৰভুৰ ৫৩৭ তম আবিৰ্ভাৱ তিথি স্মৰণোৎসৱ



ডিজিটেল সংবাদ, চিৰাং: 
শ্ৰী শ্ৰী প্ৰভু নিত্যানন্দ আশ্ৰমৰ পৰিচালনাত বাৰ্ষিক মহোৎসৱ ও অষ্টকালীন লীলা কীৰ্তন অনুষ্ঠিত ,সদূৰ পশ্চিম বংগৰ তত্ব সম্ৰাট তথা জনপ্ৰিয় শিল্পী প্ৰদীপ পাল‌   চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত  ছাতিয়ানগুৰী বানিয়াপাৰা পাচদিনীয়া  কাৰ্যসূচীৰে বাৰ্ষিক মহোৎসৱ ও  অষ্টকালীন লীলা কীৰ্তনৰ আয়োজন কৰে ।অষ্টকালীন লীলা কীৰ্তনত বিশেষ আকৰ্ষণ হিচাপে অনুষ্ঠানত  সদূৰ  পশ্চিম বংগৰ শিল্পী প্ৰদীপ পালে অংশ গ্ৰহণ কৰে ।কেইবা হাজাৰ  গৌৰহৰি  ভক্ত বৃন্দ সকলৰ সন্মুখত গীত  পৰিৱেশন কৰে ,লগতে সুনাতন ধৰ্মৰ বিষয়ে ব্যাখ্যা কৰি উপস্থিত ভক্ত সকলক আপ্লুত কৰি তোলে জনপ্ৰিয় কণ্ঠশিল্পী প্ৰদীপ পালে । 

No comments