Breaking News

সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ ৰাজ্যৰ সৰ্বত্ৰে প্ৰতিক্ৰিয়া অব্যাহত


সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ ক্ষোভিত ৰাজ্যবাসী।শাসকীয় দল বিজেপি-অগপৰ মাজতো সমষ্টি পুনৰনিৰ্ধাৰণক লৈ ক্ষোভ অসন্তুষ্টি প্ৰকট হৈ পৰিছে। খোদ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিনিধিত্ব কৰা সমষ্টি জালুকবাৰীতে সমষ্টি পুনৰনিৰ্ধাৰণক লৈ ক্ষোভ বহিঃপ্রকাশ ঘটিছে। জালুকবাৰী সমষ্টিৰ অন্তৰ্গত বস্ত্ৰ নগৰী শুৱালকুছিক হোজা সমষ্টিত অন্তৰ্ভুক্ত কৰাৰ লৈ মুকলি বিদ্ৰোহ হৈছে শুৱালকুছিত। ছয়গাঁও সমষ্টি বাহাল ৰখাৰ দাবীত কলহীকাত প্রতিবাদী জনতাই ধর্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছে। টিহুৰ নিচেই কাষৰ মাখিবাহা আৰু শ্লোকুছি গীতিক বৰক্ষেত্ৰী সমষ্টিৰ সৈতে সংলগ্নককাৰ প্ৰতিবাদত মাখিবাহা সভা খলাত অনুষ্ঠিত কৰা হৈছে নাগৰিক সভা। তাৰ মাজতে দেওবাৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শনাই কয়—সমষ্টি পুনৰনিৰ্ধাৰণক লৈ কোনেও কোনেও প্রতিবাদ কৰা মই দেখা নাই । মাত্ৰ এজনে প্রতিবাদ কৰিছে। অহা নিৰ্বাচনত তেওঁ জন্য হ'ব নোৱাৰে। সমন্ধি পুনৰ নিৰ্ধাৰণক লৈ মৰাণ মত সকলোৱে মূর্তিত আছে। আহোম সকলোৱেও মূৰ্তি কৰি আছে ধেমাজি- লরিমপুৰত । মইতো ক'তো আহোম মৰাণ মটকে প্রতিবাদ কৰা দেখা নাই । এতিয়া সংবাদ মাধ্যমে কার আহোমৰ নেতা পাতিছে সেইটোছে ভাল কথা। বিরোধী এক হলেও এতিয়া কোনো শিল্পী নির্বাচন পৰা নহয়। সমষ্টির পুননির্ধারণ বা জাতি ওপৰত নিৰ্ভৰ কৰি তাকি সমষ্টি পুনৰ নিৰ্মাণ শৈ ভাউচাহ দেখা বুলিও কলেও ভুল কোৱা নহ'ব। ক'তো একোরেই গোল্ডগোল হোৱা নাই। ইস পুননির্ধাৰণৰ বিষদ্ধে জাতুৰ খাই উঠিতে গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ নেতৃত্ব। সমষ্টি পুননির্ধাৰণত তীব্র অসন্তোষ্টি প্ৰকাশ কৰি বিষয়টো পুনৰ বিবেচনা কৰাৰ দাবীৰে দেওবাৰে নিৰ্বাচন আলোকি সাক্ষাৎ করে গলিয়া-মনিয়া দেশী জাদীতয় পরিষদে নির্বাচন আয়োগক সক্ষাৎ কৰাৰ পাছত পৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ নেতৃত্বই করিয়া মৰিয়া দেশী জাতীয় পরিষদে পিঞ্জীয়া ভূমি পুত্ৰৰ সুৰক্ষা খন বিষয়ক নির্বাচন আয়োগক সাক্ষাৎ কৰিছিলো। আমি তেওঁ লোকক কৈছো যে গণিয়া মরিয়া দেশী জাতীয় পৰিষদৰ লোকখিনি বিপক্ষীয়া ভূমিপুত্র। সমষ্টি পূননির্ধাৰণৰ জৰিয়তে পূর্ব বংগীয় মুছলমানৰ স্বাৰ্থ সুৰক্ষিত কৰি লিষ্টীয়া মুছলমানক বলি দিয়া হ'ল। সুধী, মদিয়া চেরা সমষ্টি আতপতী পূর্ববংগীয় মুছলমানৰ বাবে সানক্ষিত কৰিলে। বকবাবে সুৰক্ষিত কৰা হৈছে বৰী সমষ্টি। ইরৰ জৰিয়তে ৰাজাৰ পিতীয়া মুছলমান পূর্ববর্তীীয় মুছলমানৰ গোলাম হৈ থাকিব লাগিব। আমान কথা ন কৰি নির্বাচন আয়োগে সমন্ধি পুনৰ নিৰ্ধাৰণ কৰি আমাৰ অস্তিত্ব নাইকীয়া কৰি পেলালে। হুধুনীত জীৱনতো দিল চীয়া লোক জন্ম হ'ব নোৱাৰা কৰি দিলে। ভূমিপুত্ৰসকলক অসুৰক্ষিত কৰা হৈছে। অসমীয়া ভাষা, জাতি প্রতিটো সংকটৰ সময়ত থিয় দিয়া পৰিয়া মরিয়া দেশীসকলক রাজনৈতিকভাবে হত্যা কৰা হৈছে।

        অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ ক্ষেত্রত নির্বাচন আয়োন ভূমিকা নিৰপেক্ষ হৈ থকা নাই। সংখ্যালঘু ৰাজনৈতিক ভাবে হত্যা কৰা হৈছে। এই অভিযো ৰাইজৰ দলৰ সম্পাদক আজিজুর রহমানৰ মহানগৰীৰ মঠাই দলৰ মুখ্য কাৰ্যালয়ত আছি আয়োজন করা এক সংবাদ মেলত ভাগ লৈ न সম্পাদক আজিজুর বহমানে করা যে নির্বাচন আয়োগৰ ওপৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্রত্যক্ষ হস্তক্ষেপ আছে। নির্বাচন আয়োগে নিজৰে গাইডলাইনক অবমাননা কৰি সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰস্তুত কৰিছে বুলি অভিযোগ কৰি সম্পাদক আজিৰ ৰহমানে করা যে কোকৰাঝাৰ বাসীকে চাৰিটা সমষ্টি পান লাগে কিন্তু তেওঁ লোকক দিয়া হৈছে পাঁচটাকে সমষ্টি। তেওঁ লগতে কন- লক্ষ্মীমপুৰৰ ক্ষেত্ৰত সংখ্যালঘুসকলক ভাগ ভাগ কৰিবৰ বাবেই সমষ্টি -এটা বঢ়াই দিয়া হৈছে। ধুবুৰী জিলাত সমষ্টির সংখ্যা হ'ব। লাগিছিল ৭টা কিন্তু নি কৰিছে ওটা সমষ্টি। সা অধিকাৰ কৰিবৰ কাৰণে এনে সিদ্ধান্ত লৈছে মুখ্যমন্ত্ৰীয়ে ৰা তালিকাফন ভালকৈ চালে এনে লাগে যেন এইখন ভাৰতীয় নির্বাচন আয়োগে প্রস্তুত কৰা নাই। শেহতীয়াকৈ ভাৰতৰ নির্বাচন আয়োগে অসমৰ বিধান সভা আৰু সমষ্টিসমূহৰ সীমা পুনৰ নিৰ্ধাৰন্দৰ বাবে যি চৰা প্ৰকাশ কৰিছে, সেই ক্ষেত্ৰত গাইডলাইন আৰু মেঘড় দিচিল সমূহ সম্পূৰ্ণৰূপে উলংঘা কৰা পৰিলক্ষিত হৈছে। উল্লেখ্য যে The Representation of People Act, 1950 (সংশোধিত) ব [ধা] ৮(এ) অনুযায়ী নির্বাচন আয়োগক অসমৰ সমষ্টি সহ সীমা পুন নিৰণৰ কর্তৃত্ব অর্পন কৰা হৈছে। নিজৰ ক্ষমতাৰ অপব্যৱহাৰ কৰি বিজেপি আর এই এই তথা ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি নেতৃত্বাধীন কেন্দ্রীয় চনকানন শ্রুতলিপিত নির্বাচন আয়োগে সম্পূর্ণ সাম্প্রদায়িক আৰু এক পক্ষীয় নীতিৰে সমাট সমূহৰ সীমা নিৰ্ধাৰণৰ খচৰা তালিকা প্রকাশ কৰিছে। এনে একপক্ষীয় আৰু সাম্প্রদায়িক দৃষ্টিভংগীৰে প্রস্তুত কৰা খচৰা তালিকাৰ আমি ৰাইজৰ দলে তীব্র বিরোধিতা কৰিছো। কোনো যুক্তিতে এই একপক্ষীয় আৰু সাম্প্রদায়িক চিস্তাবে প্রত করা যা তালিকা গ্রহণ কৰিব নোৱাৰি। গাইডলাইন আৰু নোড 'লজিৰ অনুযায়ী ৰাজ্যখনৰ সৰ্বমুঠ জনসংখ্যকে (২০০১ চনৰ লোকপিয়ল অনুসৰি বিধানসভা সমষ্টি সংখ্যা ১২৬ যে হৰণ কৰিলে যি ফলাফল দেখুৱাব সেই অনুযায়ী জিলা ভিতি সকলো সমষ্টিতে জনসংখ্যা বিতৰণ কৰা হ'ব। অর্থাৎ ২০০১ চ লোকপিয়ল অনুসৰি অ ১২৬ কে হণ কৰিলে সহ ১৫৫২ জন। এই গড় জনসংখ্যাই কোন জিলাত কিমান সমস্ত সংখ্যা হ'ৰ সেৱা নিৰ্ধাৰণ কৰাত গুরুত্বপূর্ণ ভূমিকা পালন কৰিব। সমষ্টি সীমা পুনৰ নিৰ্ধাৰণৰ গাইডলাইন আৰু মেথড 'লজিৰ ৰ ৫ নং দফা মতে ২০০১ চনৰ লোকপিয়ল অনুসৰি জিলাখনৰ মুঠ জনসংখ্যাক সমষ্টিৰ গড় জনসংখ্যাৰে হৰণ কৰি জিলাখনৰ সমষ্টির সংখ্যা নির্ধাৰণ কৰা হ'ব। কিন্তু এইদৰে জিলাৰ সমষ্টিৰ সংখ্যা নিৰ্ধাৰণৰ ক্ষেত্ৰত আশ্রয় লোৱা হ'ল অত্যন্ত কূট-কৌশল আৰু সাম্প্রদায়িক মনোভাৱৰ। কিছুমান জিলাত সমষ্টিৰ সংখ্যা কৌশলেৰে হ্ৰাস কৰা হ'ল আন কিছুমানত কৌশলেৰে সমষ্টিৰ সংখ্যা বৃদ্ধি কৰা হ'ল। ২০০১ চনৰ লোকপিয়ল অনুসৰি কোকৰাঝাৰ জিলাৰ মুঠ জনসংখ্যা ৮, ৪৩, ২৪৩ জন। এই মুঠ জনসংখ্যাক সমষ্টিৰ গঢ় জনসংখ্যা ২, ১১,৫৫২ ৰে হৰণ কৰিলে ফলাফল হ'ব ৩.৯৯। ডিলিমিটেশনৰ গাইডলাইন আৰু মেথড 'লজিৰ অনুযায়ী জিলাৰ মুঠ জনসংখ্যাক গড় জনসংখ্যাৰে হৰণ কৰিলে ফলাফলত দশমিক ওলালে সেইয়া এক দ্বিতীয়াংশতকৈ বেছি হলে অর্থাৎ ৫০ বা তাতকৈ বেছি হলে এক বুলি গণ্য কৰা হ'ব, আনহাতে ফলাফল এক দ্বিতীয়াংশতকৈ কম হলে অর্থাৎ ৪৯ বা তাতকৈ কম হ'লে তাক অগ্রাহ্য কৰা হ'ব। এই নীতি অনুযায়ী কোকৰাঝাৰ জিলাৰ সমষ্টিৰ সংখ্যা হ'ব ৪। কিন্তু শেহতীয়াকৈ নির্বাচনী আয়োগে প্ৰকাশ কৰা খচৰা তালিকাত কোকৰাঝাৰ জিলাত সমষ্টি সংখ্যা নিৰ্ধাৰণ কৰিছে ৫ টা। পূৰ্বতে কোকৰাঝাৰ জিলাক সমষ্টিৰ সংখ্যা আছিল ৩। বর্তমান সেই সংখ্যা ৫ লৈ বৃদ্ধি কৰিলে । যিটো নিৰ্বাচন আয়োগৰ গাইডলাইন আৰু মেথড 'লজিৰৰ বিৰোধী কথা। অনুৰূপ ধৰণে লখিমপুৰ জিলাৰ ২০০১ চনৰ লোকপিয়ল অনুসৰি মুঠ জনসংখ্যা ৮, ৮৯, ০১০ জন। সমষ্টিৰ গড় জনসংখ্যা ২, ১১,৫৫২ ৰে মুঠ জনসংখ্যাক হৰণ কৰিলে ফলাফল ৪.২১ হয়। অর্থাৎ লখিমপুৰ জিলাৰ সমষ্টিৰ সংখ্যা ৪ হ'ব লাগে। কিন্তু নির্বাচন আয়োগে প্ৰকাশ কৰা শেহতীয়া খচৰা তালিকাত লখিমপুৰ জিলাত সমষ্টিৰ সংখ্যা নির্ধাৰণ কৰিছে ৫। যিটো গাইডলাইন আৰু মেথড 'লজিৰ বিৰোধী কথা। অন্যহাতে অবিভক্ত ধুবুৰী জিলাৰ ২০০১ চনৰ লোকপিয়ল অনুসৰি মুঠ জনসংখ্যা ১৫, ৬৬, ৩৯৬ জন। এই মুঠ জনসংখ্যাক সমষ্টিৰ গড় জনসংখ্যা ২, ১১, ৫৫২ ৰে হৰণ কৰিলে ফলাফল হয় ৭.৪০। অর্থাৎ দক্ষিণ শালমাৰাসহ অবিভক্ত ধুবুৰী জিলাৰ সমষ্টিৰ সংখ্যা হ'ব লাগিছিল ৭। কিন্তু শেহতীয়াকৈ প্ৰকাশিত খচৰাত অবিভক্ত ধুবুৰী জিলাত সমষ্টি নির্ধাৰণ কৰিছে ৬ টা। যিটো গাইডলাইন আৰু মেথড লজিৰ বিৰোধী কথা। অনুৰূপ ধৰণে বৰপেটা জিলাতো সমষ্টির সংখ্যা নির্ধারণত নির্বাচন আয়োগৰ গাইডলাইন আক মেথড 'লজিৰ নীতি ভংগ কৰি সমষ্টিৰ সংখ্যা হ্রাস কৰা হৈছে। ২০০১ চনৰ লোকপিয়ল অনুসৰি বৰপেটা জিলাৰ মুঠ জনসংখ্যা ১৬, ৪২, ৪২০ জন। এই মুঠ জনসংখ্যাক সমষ্টিৰ গড় জনসংখ্যাৰে হৰণ কৰিলে। ফলাফল ৭.৭৭ হয়। অর্থাৎ বৰপেটে জিলাত সমষ্টিৰ সংখ্যা ৮ হ'ব লাগে। কিন্তু শেহতীয়াকৈ প্ৰকাশিত খচৰা তালিকাত বৰপেটা জিলাৰ সমষ্টিৰ সংখ্যা হ্ৰাস কৰি নিৰ্ধাৰণ কৰা হৈছে ৬টা। যিটো গাইডলাইন আৰু মেথড 'লজিৰ বিৰোধী কথা। একেদৰে বৰাক উপত্যকাৰ হাইলাকান্দি জিলাৰ ২০০১ চনৰ লোকপিয়ল অনুসৰি মুঠ জনসংখ্যা ৫, ৪২, ৮৭২ জন। সমষ্টিৰ গড় জনসংখ্যা ২, ১১, ৫৫২ ৰে মুঠ জনসংখ্যাক হৰণ কৰিলে ফলাফল হয় ২.৫৭। গতিকে হাইলাকান্দি জিলাত সমষ্টিৰ সংখ্যা হ'ব লাগে। কিন্তু খচৰাত নিৰ্ধাৰণ কৰা হৈছে ২টা। যিটো গাইডলাইন আৰু মেথড'লজিৰ বিৰোধী। কৰিমগঞ্জ জিলাতো নির্বাচন আয়োগে গাইডলাইন আৰু মেথড 'লজিৰ নীতি উলংঘা কৰি সমষ্টিৰ সংখ্যা হ্ৰাস কৰিছে। ২০০১ চনৰ লোকপিয়ল অনুসৰি জিলাখনৰ মুঠ জনসংখ্যা ১০, ০৭, ৯৭৬ জন। সমষ্টিৰ গড় জনসংখ্যা ২, ১১,৫৫২ ৰে মুঠ জনসংখ্যাক হৰণ কৰিলে ফলাফল হয় ৪.৭৭ অর্থাৎ সমষ্টিৰ সংখ্যা হ'ব লাগে ৫টা। কিন্তু খচৰাত অন্যায়ভাবে এটা সমষ্টি হ্ৰাস কৰি সমষ্টিৰ সংখ্যা নির্ধারণ কৰিছে ৪টা। যিটো গাইডলাইন বিৰোধী কথা। এনেদৰেই সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ গাইডলাইন আৰু মেথড'লজিৰ বিপৰীতে গৈ সম্পূর্ণ সাম্প্রদায়িক মনোভাৱেৰে আৰু একপক্ষীয় নীতিৰে অসমৰ জিলা ভিত্তিত সমষ্টির সংখ্যা বঢ়োৱা কমোৱা হৈছে। এই ক্ষেত্ৰত নিৰ্বাচন আয়োগে গাইডলাইন আৰু মেথড 'লজিৰ তৃতীয় অনুচ্ছেদৰ ৪ নং দফাৰ আশ্ৰয় লৈছে। উক্ত দফাত উল্লেখ আছে যে কোনো জিলাৰ ভৌগোলিক পৰিস্থিতি, জনসাধাৰণৰ অসুবিধা আৰু প্ৰশাসনীয় গোটৰ বিভাজন আওকাণ কৰিবলৈ নিৰ্বাচন আয়োগে সংশ্লিষ্ট জিলাখনৰ জনসংখ্যা ১০ বৃদ্ধি বা হ্ৰাস কৰি গণনা কৰিব পাৰে। কিন্তু কিহৰ ভিত্তিত জিলা বিশেষে জনসংখ্যা কম বা বেছি কৰি গণনা কৰা হ'ল সেয়া স্পষ্ট হোৱা নাই। কিন্তু স্পষ্টকৈ ধাৰণা কৰিব পাৰি যে সমষ্টি সংখ্যা নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত উগ্র সাম্প্রদায়িক মনোভাব আৰু শাসকীয় দলৰ ভোটৰ অংকক অগ্ৰাধিকাৰ প্ৰদান কৰা হৈছে। যিটো গ্রহণযোগ্য কথা নহয়। নির্বাচন আয়োগ সম্পূর্ণ নিৰপেক্ষ হোৱা উচিত। জাতি-বর্ণ-ধর্ম-ভাষা নির্বিশেষে সকলোকে সমদৃষ্টিৰে বিবেচনা কৰি গাইডলাইন আৰু মেথড 'লজিৰ নীতি অনুযায়ী সমষ্টিৰ সংখ্যা নির্ধারণ তথা সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণ হোৱা উচিত। বিশেষ জনগোটক টার্গেট কৰি সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণ অথবা সমষ্টিৰ সংখ্যা নির্ধাৰণ কৰিলে জনতা ক্ষোভিত হ'ব আৰু সেই ক্ষোভৰ বহিপ্রকাশ ঘটিলে ৰাজ্যত বিশৃংখল পৰিবেশৰ সূচনা যে নহ'ব সেয়া কথা নুই কৰিব নোৱাৰে। নিৰ্বাচন আয়োগক শাসকীয় দলৰ নেতা-কৰ্মী তথা কেন্দ্ৰ-ৰাজ্য চৰকাৰৰ প্রভাৱ মুক্ত হৈ সম্পূৰ্ণ নিৰপেক্ষ দৃষ্টিভংগীৰে সমষ্টিৰ সংখ্যা তথা সীমা পুনৰ নিৰ্ধাৰণ কৰিবলৈ আহ্বান জনাইছে। 

No comments