Breaking News

অলিম্পিকত কাৰ কিমান মেডেল…



জাপানৰ টকিঅ’ চহৰত অনুষ্ঠিত হোৱা বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া প্ৰতিযোগিতাখনত পদকৰ তালিকাত শীৰ্ষত আছে চীন। তৃতীয় দিনালৈকে চীনে চাৰিটা সোণৰ, দুটা ব্ৰঞ্জৰসহ মুঠ ৬টা পদক লাভ কৰিছে। ইয়াৰ পাছতেই অলিম্পিকৰ পদকৰ তালিকাত দ্বিতীয় স্থানত আছে আয়োজক দেশ জাপান। দেশখনে তিনিটা সোণ, এটা ৰূপসহ মুঠ  চাৰিটা পদক লাভ কৰিছে।

আমেৰিকাই  এটা সোণ আৰু দুটা ৰূপ, চাৰিটা ব্ৰঞ্জসহ তৃতীয় স্থানত, ইয়াৰ পিছত ক্ৰমে আষ্ট্ৰেলিয়াই এটা সোণ, এটা ৰূপ এট ব্ৰঞ্জসহ চতুৰ্থস্থানত

 লক্ষণীয় যে, এইবাৰ অলিম্পিকত শুভ আৰম্ভণি কৰিছে ভাৰতে। ভাৰোত্তলনত মীৰাবাই ছানুৱে দেশৰ হৈ প্ৰথমটো ৰূপৰ পদক অৰ্জন কৰি বৰ্তমান ভাৰত স্থান ষষ্ঠদশ স্থানত । 

No comments