Breaking News

জেষ্ঠ সাংবাদিক অৰুন বৰাৰ দেহাৱসান



ডিজিটেল সংবাদ,মাজুলীঃ মাজুলীৰ সংবাদ ক্ষেত্ৰৰ ভোটা তৰা স্বৰূপ  সাংবাদিক অৰুন বৰাৰ বিয়োগত মৰ্মাহত মাজুলীবাসী। আজি পুৱা  ৭.৩০ বজাত মৃত্যু সাংবাদিক জনৰ ৷ মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৭২ বছৰ। হৃদ ৰোগত আক্ৰান্ত হৈ থকা বৰাক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ নিয়াৰ পথতে মৃত্যু সাংবাদিক জনৰ ৷ 

তেওঁ গড়মূৰ প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠাপক সভাপতি আৰু মাজুলী জিলা সাংবাদিক সন্থাৰ প্ৰাক্তন সভাপতি দৈনিক জনমভূমি আৰু অসমীয়া প্ৰতিদিন কাকতৰ জেষ্ঠ সাংবাদিক আছিল । 



গড়মূৰ প্ৰেছ ক্লাৱ আৰু মাজুলী জিলা সাংবাদিক সন্থা ,মাজুলী জিলা আপকুৰ পতাকা অৰ্ধনিৰ্মিত কৰি প্ৰাজ্ঞ সাংবাদিক গৰাকীৰ অতনু আত্মাৰ চিৰশান্তি কামনা কৰা হয় ।

No comments