Breaking News

কাৰ্বি আংলং স্বায়ত্ত শাসিতপৰিষদৰ নিৰ্বাচনত বৃহত্‍ জয়ৰ দিশে বিজেপিঃ শেহতীয়া ফলাফল

  কাৰ্বি আংলং স্বায়ত্ত শাসিতপৰিষদৰ নিৰ্বাচনত বৃহত্‍ জয়ৰ দিশে বিজেপিঃ 





শেহতীয়া ফলাফল 


ৰংখাং সমষ্টিত বিজেপিৰ লম্বিছন বেৰ জয়লাভ।


মহামায়া সমষ্টিত বিজেপিৰ লুনসিং টেৰনৰ জয়লাভ।


চচেং সমষ্টিত বিজেপিৰ হেডছিং ৰংফাৰৰ জয়লাভ।


বৰজান সমষ্টিত বিজেপিৰ সূৰ্য্য ৰংফাৰৰ জয়লাভ।


আমৰি সমষ্টিত বিজেপিৰ ডি উফিং মাচলাইৰ জয়লাভ।


চিনথং সমষ্টিত বিজেপিৰ অভিজিৎ ক্ৰৰ জয়লাভ।


নমাটি সমষ্টিত বিজেপিৰ ৰিতেশ ইংহিৰ জয়লাভ।

No comments