Breaking News

অৱশেষত গ্ৰেপ্তাৰ বিৰ্তকিত SI জোনমণি ৰাভা !

 



ডিজিটেল সংবাদ,মাজুলীঃ  অৱশেষত গ্ৰেপ্তাৰ বিৰ্তকিত SI জোনমণি ৰাভা ! ৰাণা পগাগৰ কেলংকাৰীৰ সৈতে নাম সাঙোৰ খোৱা SI জোনমণি ৰাভাক মাজুলী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ! মাজুলীৰ আৰক্ষীয়ে চলোৱা দুদিনীয়া জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰিছে জোনমণি ৰাভাক ! উল্লেখ্য যে ৰাণা পগাগৰ কেলেংকাৰীৰ বহু লাখ টকা জোনমণি ৰাভাৰ বেংক একাউণ্টত সোমোৱাৰ প্ৰমাণ পাইছে মাজুলী আৰক্ষীয়ে ! ইতিমধ্যে ছীল কৰিছে জোনমণিৰ বেকং একাউণ্ট

No comments