Breaking News

গোলাঘাটত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ গণ অৱস্থান কাৰ্যসূচী



ৰাজ্য চৰকাৰে অসমীয়া মাধ্যমৰ বিদ্যালয়ত ইংৰাজী ভাষা জাপি দিয়া সিদ্ধান্তৰ বিৰোধিতাৰে গোলাঘাটত অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ গণ অৱস্থান কাৰ্যসূচী। গোলাঘাটৰ উপায়ুক্ত কাৰ্যালয়ৰ সমুখত  অৱস্থান ধৰ্মঘটৰ জৰিয়তে প্ৰতিবাদ সংগঠনটোৰ।

অসমীয়া মাধ্যমৰ বিদ্যালয়ত তৃতীয় শ্ৰেণীৰ পৰাই গণিত আৰু বিজ্ঞানৰ পাঠ্যক্ৰম ইংৰাজীত প্ৰৱৰ্তন কৰাৰ ব্যৱস্থাক ধিক্কাৰ জনাই অতিশীঘ্ৰে এই সিদ্ধান্ত বাতিলৰ বাবে চৰকাৰলৈ দাবী সংগঠনটোৰ। সংগঠনটোৰ গোলাঘাট জিলা সমিতিৰ দ্বাৰা ৰূপায়িত এই প্ৰতিবাদত সহাৰি সৰ্বস্তৰৰ ৰাইজৰ।

No comments