Breaking News

গোলাঘাটৰ সৰবৰহী,ধৰ্মপ্ৰাণা মহিলা অৰুণা বৰঠাকুৰৰ মৃত্যুত শোক



গোলাঘাট নগৰৰ হস্পিতেল ৰোডৰ নিবাসী, প্ৰয়াত তৰুণ বৰঠাকুৰৰ পত্নী তথা সৰবৰহী ধৰ্মপ্ৰাণা মহিলা অৰুণা বৰঠাকুৰৰ শুক্ৰবাৰে নিশা দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৬৫ বছৰ। বৰঠাকুৰৰ  মৃত্যুত এতিয়া সমগ্ৰ নগৰখনতে গভীৰ শোকৰ ছাঁ পৰিছে। মৃত্যুৰ সময়ত বৰঠাকুৰে পুত্ৰ-কন্যাসহ বহু আত্মীয়-স্বজনক এই সংসাৰত এৰি গৈছে। 

No comments