Breaking News

সোণাৰিত সমাধান হোৱা নাই কৃত্ৰিম বানৰ সমস্যা

 

ডিজিটেল সংবাদ, গোলাঘাটঃ সোণাৰিত সমাধান হোৱা নাই কৃত্ৰিম বানৰ সমস্যা।সামান্য এজাক বৰষুণ দিলেই প্লাবিত হয় বিভিন্ন অঞ্চল।সোণাৰিত সমাধান হোৱা নাই কৃত্ৰিম বানৰ সমস্যা। কৃত্ৰিম বানৰ সমস্যাই এতিয়া অতিষ্ঠ কৰি তুলিছে সোণাৰিবাসীক। সামান্য এজাক বৰষুণ দিলেই পানীত বোৰজায় নগৰখনৰ বহু বাটপথ আৰু অবাসীক এলেকা। অতিষ্ঠ ৰাইজে সোণাৰি পৌৰসভাক ব্যৱস্থা গ্ৰহণ কৰিবিলৈ জনাইছে আহ্বান।

No comments