Breaking News

কাইলৈ উচ্চতম ন্যায়ালয়ত অনুষ্ঠিত হ’ব CAA ৰ শুনানি



সোমবাৰে উচ্চতম ন্যায়ালয়ত অনুষ্ঠিত হ’ব নাগৰিকত্ব সংশোধনী আইন-২০১৯ৰ শুনানি।  নাগৰিকত্ব সংশোধনী আইন ২০১৯ৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনোৱা ২০০ তকৈও অধিক আৱেদন অৱশেষত তালিকাভুক্ত কৰিবলৈ নিৰ্দেশ দিছে সৰ্বোচ্চ ন্যায়াৱয়ে। মুখ্য ন্যায়াধীশৰ নেতৃত্বত এখন বিচাৰপীঠে ১২ ছেপ্টেম্বৰত গোচৰসমূহৰ শুনানি ল'ব। 

উল্লেখ্য যে ২০২০ চনত এই বিষয়বোৰত জাননী জাৰি কৰা হৈছিল।

No comments