Breaking News

অৰুণাচল প্ৰদেশৰ উজনি চিয়াং জিলাত সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত



অৰুণাচল প্ৰদেশৰ উজনি চিয়াং জিলাত সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত। মোতায়েন কৰা হৈছে উদ্ধাৰকাৰী দল ।  ভাৰতীয় সেনাৰ হেলিকপ্টাৰ আজি পুৱা অৰুণাচল প্ৰদেশৰ উজনি চিয়াং জিলাত দুৰ্ঘটনাগ্ৰস্ত হয়। । বিষয়াসকলে জনোৱা অনুসৰি দুৰ্ঘটনাস্থলীত এটা উদ্ধাৰকাৰী দল মোতায়েন কৰা হৈছে।

উজনি চিয়াং জিলাৰ টুটিং মুখ্য কাৰ্যালয়ৰ পৰা প্ৰায় ২৫ কিলোমিটাৰ দূৰত অৱস্থিত চিংগিং গাঁৱত এই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

No comments