Breaking News

চিৰাঙৰ বিজনীৰ বাঘমাৰাত বৃহস্পতিবাৰে বিয়লি SSB আৰু বনবিভাগৰ যৌথ অভিযানত বৃহৎ পৰিমাণৰ অবৈধ কাঠৰ কুণ্ডা জব্দ

           


ডিজিটেল সংবাদ , চিৰাংঃচিৰাঙৰ বিজনীৰ বাঘমাৰাত বৃহস্পতিবাৰে বিয়লি SSB আৰু বনবিভাগৰ যৌথ অভিযানত বৃহৎ পৰিমাণৰ অবৈধ কাঠৰ কুণ্ডা  জব্দ কৰা হয়। পাছত জব্দকৃত কাঠৰ কুণ্ডা খিনি বনবিভাগৰ বিজনী ডিপোট কাৰ্যালয়লৈ লৈ আহে।


ইফালে, বুধবাৰে নিশা SSB আৰু বনবিভাগৰ যৌথ অভিযানত বিজনীৰ মাজৰাবাৰীত এটা অবৈধ কাঠফলা মিল উৎখাত কৰি মিলটো বিজনী ডিপোট কাৰ্যালয়লৈ লৈ অনা হয়।

No comments