Breaking News

পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানলৈ লক্ষ্য কৰি ধাৰাসাৰ গুলীবৰ্ষণ।



দৈৱক্ৰমে প্ৰাণৰক্ষা পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ। পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানলৈ লক্ষ্য কৰি ধাৰাসাৰ গুলীবৰ্ষণ। । হাতত  গুলীয়ে আঘাত কৰিছে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী  ইমৰান খানৰ। গুলীচালনাত ৫জনকৈ লোক গুৰুতৰভাৱে আহত। ইছলামাবাদত উলিওৱা এটা সমদলৰ সময়তে সংঘটিত হয়  গুলীচালনাৰ ঘটনা ।

বিশ্বক আচৰিত তোলা এক আচৰিত ঘটনা।  গুলীচালনাৰ ঘটনাত পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানসহ তেওঁৰ দুজন মেনেজাৰসহ পাঁচজনৰ আহত হয়।  কিন্তু ততাতৈয়াকৈ বুলেটপ্ৰুফ গাড়ীত উঠি সেই স্থান ত্যাগ কৰাত দৈৱক্ৰমে ৰক্ষা পৰে। 

 খবৰ অনুসৰি আটাইকেইজন আহতক চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে। বৰ্তমান তেওঁ সুৰক্ষিত বুলি জনা গৈছে।


No comments