Breaking News

গোলাঘাটৰ কভিডৰ শেহতীয়া খবৰ



ডিজিটেল ডেস্কঃ আজি জিলাখনত নতুনকৈ ১২৮ জন লোকৰ শৰীৰত ধৰা পৰে ক'ভিডৰ অৱস্থিতি। জিলাখনত আক্রান্তৰ সংখ্যা ১৬,৮৫০ জনলৈ বৃদ্ধি পালে। ইয়াৰে সক্ৰিয় আক্রান্তৰ সংখ্যা ১১১৪ গৰাকী। 

বৰ্তমান  হোম আইচ'লেচনত ১০৯ গৰাকীৰ বিপৰীতে চিকিৎসালয়ত ২৫৯ আৰু কভিড কেয়াৰ চেণ্টাৰত আছে ৭৪৬ গৰাকী।  

আজিৰ দিনটোত কভিডত আক্রান্ত হৈ ২ জন লোকৰ মৃত্যু হয়। ইয়াকে লৈ জিলাখনত ১ এপ্রিলৰ পৰা আজি পৰ্যন্ত ১৫২ জন কভিডত আক্রান্ত হৈ মৃত্যু হয়। 

আজিৰ দিনটোত পজিটিভিটিৰ হাৰ ১.২ %। 

অৱশ্যে ১৬২ গৰাকী ৰোগীয়ে  আজিৰ দিনটোত  আৰোগ্য লাভ কৰিছে।

No comments