Breaking News

অৰুণাচল প্ৰদেশৰ সীমান্তত চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিং


অৰুণাচল প্ৰদেশৰ সীমান্তত চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিং। অৰুনাচলত চীনৰ আগ্ৰাসন অব্যাহত থকাৰ সময়তে হঠাৎ এইদৰে চীনৰ ৰাষ্টপতি গৰাকীয়ে অৰুনাচল সীমান্তৰ নিংচি ভ্ৰমণ কৰা ঘটনাই সৃষ্টি কৰিছে উদ্বেগৰ। বিগত তিনিটা দশকৰ ভিতৰত প্ৰথমবাৰৰ বাবে চীনা ৰাষ্ট্ৰপতিয়ে তিব্বত ভ্ৰমণ কৰাই ঘটনাই প্ৰকৃততে কি সূচাইছে?

 দক্ষিণ-পূৱ তিব্বত ভ্ৰমণ কৰাৰ উদ্দেশ্যে বুধবাৰে ৰাষ্ট্ৰপতি জিনপিং অৰুণাচল প্ৰদেশৰ সীমান্তত উপস্থিত হোৱা বুলি জানিব পৰা গৈছে।

অৰুণাচল প্ৰদেশৰ সীমান্তৰ য়াৰলুং চাংপো নদী আৰু নিয়াং নদীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি  ব্ৰহ্মপুত্ৰ নদী অৱবাহিকাৰ নিয়াং নদী দলংত উপস্থিত হৈছিল ৰাষ্ট্ৰপতি জিনপিং।

No comments