Breaking News

প্ৰকৃতিৰ ওচৰত হাৰ মানিব নিবিচৰা চীন এতিয়া প্ৰকৃতিৰ ৰোষত



           সমগ্ৰ বিশ্বক চাপত ৰাখিবলৈ চেষ্টা কৰা ৰঙা চীন এতিয়া নিজেই প্ৰাকৃতিক দুৰ্যোগৰ কৱলত। প্ৰকৃতিৰ ওচৰত হাৰ মানিব নিবিচৰা চীন এতিয়া প্ৰকৃতিৰ ৰোষত।

             দেশখন এতিয়া বানৰ কৱলত। প্ৰচুৰ বৰষুণৰ ফলত বানত প্লাৱিত দেশখন। দিনক দিনে বৃদ্ধি পোৱা বৰষুণৰ প্ৰকোপত এতিয়া একপ্ৰকাৰ অসহায় বিশ্বৰ অন্যতম শক্তিধৰ ৰাষ্ট্ৰ চীন। 

            অতিমাত্ৰা বৰষুণৰ ফলত সৃষ্টি হোৱা বানৰ কৱলত পৰি ২৫ জনৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে। 

No comments