Breaking News

অলিম্পিকত জয়েৰে অভিযান আৰম্ভ কৰিলে পি ভি সিন্ধুয়ে



অলিম্পিকত জয়েৰে অভিযান আৰম্ভ কৰিলে পি ভি সিন্ধুয়ে। ইজৰাইলৰ প্ৰতিদ্বন্দ্বীক পৰাভূত কৰি মহিলা ছিংগলছ শাখাত পি ভি সিন্ধুয়ে জয় লাভ কৰে। 

সিন্ধুৰ ২৯ মিনিটত ২১-৭ আৰু ২১-১০ পইন্টৰ ব্যৱধানত  জয় লাভ। 

পৰৱৰ্তী খেল খন ২৭ জুলাইত পি ভি সিন্ধু হংকঙৰ এনগানৰ সৈতে মুখামুখি হ’ব।

No comments