Breaking News

টকিঅ অলিম্পিকত অপ্ৰতিৰোধ্য মেৰী কম



টকিঅ’ অলিম্পিকৰ পৰা আহিল ভাৰত তথা উত্তৰপূৰ্বাঞ্চললৈ আৰু এটা ভাল খবৰ। 

টকিঅ’ অলিম্পিকত অপ্ৰতিৰোধ্য ভাৰত গৌৰৱ মেৰী কম। আজি মেৰী কমৰ প্ৰথমখন মেচত প্ৰতিদ্বন্দ্বী মেগুইলেনা হাৰ্ণাণ্ডেজক পৰাস্ত কৰি আশাৰ সঞ্চাৰ কঢ়িয়াই আনে।

 মেৰীকমে আজিৰ মেচখনত  ৪-১ ব্যৱধানত জয়লাভ কৰে।


No comments