Breaking News

ঘোষণা হয় মেট্ৰিক আৰু হাইমাদ্ৰাছাৰ ফলাফল

 


আজি হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছাৰ ফলাফল  ঘোষণা হয়। ছেবাৰ তথ্য অনুসৰি এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ মুঠ ৪,২৬,৫৫৩ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত ১,৯৭,৫৬৫ গৰাকী ছাত্ৰ আৰু ২,২৮,৯৮৮ গৰাকী ছাত্ৰী। আনহাতে, হাই মাদ্ৰাছাৰ ১২,২৭৫ গৰাকী শিক্ষাৰ্থীৰ ফলাফল ঘোষণা হ'ল। 

উল্লেখ্য যে, ২০২০ বৰ্ষত ছাত্র-ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ  ৬৪.৮০ শতাংশ হোৱাৰ বিপৰীতে এই বৰ্ষৰ উত্তীৰ্ণৰ হাৰ হৈছে ৯৩.১০ শতাংশ।

No comments