Breaking News

গোলাঘাটৰ কভিডৰ শেহতীয়া খবৰ



ডিজিটেল ডেস্কঃ আজি জিলাখনত নতুনকৈ ৩৭ জন লোকৰ শৰীৰত ধৰা পৰে ক'ভিডৰ অৱস্থিতি।জিলাখনত আক্রান্তৰ সংখ্যা ১৮,৬৯৬ জনলৈ বৃদ্ধি পালে। ইয়াৰে সক্ৰিয় আক্রান্তৰ সংখ্যা ২৩২ গৰাকী। 

বৰ্তমান  হোম আইচ'লেচনত ৩৩ গৰাকীৰ বিপৰীতে চিকিৎসালয়ত ৯৭ আৰু কভিড কেয়াৰ চেণ্টাৰত আছে ১০২ গৰাকী। আনহাতে, আজিৰ দিনটোত ৩২ গৰাকী ৰোগীয়ে আৰোগ্য লাভ কৰিছে।

No comments