Breaking News

অসম বিশেষকৈ চৰাইদেউ জিলাৰ ক্ৰীড়া ক্ষেত্ৰলৈ সুখবৰ

 


মৃত্যুঞ্জয় দাস,সোণাৰিঃ অসম বিশেষকৈ চৰাইদেউ জিলাৰ ক্ৰীড়া ক্ষেত্ৰলৈ আহিছে এক সুখবৰ। পঞ্জাবৰ পাটিয়ালাত অনুষ্ঠিত ৰাষ্ট্ৰীয় ভাৰোত্তোলন প্ৰতিযোগিতাত অসমৰ সুদিত্য বৰুৱাই সোণৰ পদক জয় কৰাৰ উপৰি দুটাকৈ ৰাষ্ট্ৰীয় অভিলেখো গঢ়ে।

চৰাইদেউ জিলাৰ সুদিত্যই ৰাষ্ট্ৰীয় পৰ্যায়ত এনে মাইলৰ খুঁটি স্থাপন কৰাৰ বাবে জিলাখনৰ ক্ৰীড়া প্ৰেমী সকলৰ মাজত আনন্দৰ বন্যা বৈছে।

No comments