Breaking News

এটা সন্দেহজনক গড়ৰ খৰ্গ জব্দ, ৩ জনক গ্ৰেপ্তাৰ



ডিজিটেল ডেস্কঃ আজি নগাঁৱৰ এ. এছ.পি.ধ্ৰুৱ বৰাৰ নেতৃত্বত দ্বিতীয় এএফপিএফ চেকনি কৰ্মী আৰু মৰিগাঁও আৰক্ষীৰ যৌথ অভিযানত এটা সন্দেহ জনক গড়ৰ খৰ্গৰ সৈতে তিনি জনক হাতে লুটে কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে। জখলাবদ্ধা আৰক্ষী থানাত ১৬৬/২০১৮/u/s ৪৪৭/৪২৯/৩৭৯/৩৪ IPC R/W sec ৫১WL(p) act & R/W sec ২৫ (১-A) /27 অস্ত্র আইন, অনুসৰি গোচৰ ৰুজু কৰিছে। 



আটকাধীন লোক কেইজন ক্ৰমে মৰিগাঁৱৰ লেচাৰিবৰীৰ খাইৰুল ইছলাম (৫৫), মৰিগাঁৱৰ ভজন বিশ্বাস (৬৫), আৰু অচিগড়ৰ আশীক আলী(২৫)।

No comments