Breaking News

বোকাজানত ৩.৫ কোটি টকাৰ ড্ৰাগছ জব্দ

 

ডিজিটেল সংবাদ, বোকাজানঃ কাৰ্বি আংলঙৰ বোকাজানত ৩.৫ কোটি টকাৰ ড্ৰাগছ জব্দ।লাহৰিজান নাকা তালাচীত জব্দ ৪১২ গ্ৰাম হেৰ'ইন।৩০ টা চাবোনৰ বাকচত আনিছিল ড্ৰাগছখিনি। মণিপুৰৰ পৰা গুৱাহাটীলৈ নি থকা অৱস্থাতে এখন বলেৰ'ৰ পৰা জব্দ কৰে ড্ৰাগছখিনি। জব্দকৃত বলেৰ' খনৰ নম্বৰ হৈছে এম এন ০১ এ কে ৪৭৮৯। অতি কৌশলেৰে গাড়ীৰ লাইটৰ ভিতৰত ভৰাই আনিছিল ড্ৰাগছখিনি। ধৃত ড্ৰাগছ সৰবৰাহকাৰী আমজাদ আলি আৰু চায়ড আনিচ খানক আটক কৰে আৰক্ষীয়ে। দুয়োৰে ঘৰ মণিপুৰত বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।

No comments