Breaking News

বোকাজানৰ ডিলাইত হাতীৰ দাঁত জব্দ



ৰঞ্জিত বৰা,বোকাজানঃ বোকাজানৰ ডিলাইত হাতীৰ দাঁত জব্দ। ডিলাই আৰক্ষীৰ নাকা তালাচীত জব্দ দুটা হাতীৰ দাঁত।এএচ০২ এচি ৯৮৮৩ নম্বৰৰ এখন বলেৰ' পিক আপত আনিছিল হাতীৰ দাঁত দুটা। হাতীৰ দাঁত সৰবৰাহকাৰী ধৃত মিন্টু কৰ্মকাৰ আৰু শ্বাহজাহান আহমেদক আটক কৰিছে আৰক্ষীয়ে। ধৃত মিন্টু কৰ্মকাৰ আৰু শ্বাহজাহান আহমেদৰ ঘৰ হোজাইৰ যমুনামুখত বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।

No comments