Breaking News

সোণাৰিত আটছাৰ চল যাব স্কুল অভিযানৰ কাৰ্যসূচী ৰূপায়ন



মৃত্যুঞ্জয় দাস, সোণাৰিঃ অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা)ৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে সোণাৰিৰ সমীপৰ মঞ্জুশ্রী চাহ বাগিচাত চল যাব স্কুল অভিযানৰ কাৰ্যসূচী ৰূপায়ন কৰা হয়। আটছাৰ মঞ্জুশ্রী শাখাৰ উদ্যোগত আৰু স্থানীয়  বিদ্যালয় সমূহৰ সহযোগত এই উপলক্ষে এক সজাগতা ৰেলি উলিওৱা হয়। আটছা নেতা জ্যোতিষ তাঁতী, কৰোনাকান্ত কৈৰী আদিয়ে উদ্বোধন কৰা এই ৰেলিত স্থানীয় বিদ্যালয় সমূহৰ ছাত্ৰ ছাত্ৰী সকলে অংশগ্ৰহণ কৰে। 


No comments