Breaking News

পাঁচবছৰৰ তলৰ শিশুৰ বাবে উদ্বেগৰ কাৰণ হৈ পৰিছে এটা নতুন ভাইৰাছ।



পাঁচ বছৰৰ তলৰ কেৰালাত ৮০ টাতকৈও অধিক শিশু এই নতুন ভাইৰাচত আক্ৰান্ত হৈছে। এই আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱণা আছে। 

ইতিমধ্যে এটা চিকিৎসক দলে তামিলনাডু-কেৰালা সীমান্তৰ ৱালায়াৰত জ্বৰ, চোকোৰা আৰু অন্যান্য ৰোগৰ বাবে কোয়েম্বাটুৰত প্ৰৱেশ কৰা লোকসকলক পৰীক্ষা কৰি আছে  । বিশেষকৈ শিশুসকলক সকলো বাহনৰ পৰীক্ষা কৰিবলৈ নেতৃত্ব দি আছে। লগতে, পাঁচ বছৰৰ তলৰ শিশুসকলক অংগনৱাড়ীত পৰীক্ষা কৰিবলৈ এটা ২৪ জনীয়া দল গঠন কৰিছে।

প্ৰকৃতে টমেট’ফ্লু কি? 



এইটো শিশুৰ ৰোগ নিৰ্ণয় নোহোৱা আৰু অচিনাক্ত জ্বৰ অনুভৱ কৰাৰ ঘটনা।  টমেট’ ফ্লু বা বিলাহী জ্বৰ ভাইৰেল জ্বৰ নে চিকুনগুনিয়া বা ডেংগু জ্বৰৰ তাকলৈ বিতৰ্ক চলি আছে। 

 বিলাহী ফ্লুত, শিশুৱে চোকোৰা, ছালৰ জ্বলা-পোৰা, ডিহাইড্ৰেচন, আৰু ৰঙা ফোঁহা দেখিবলৈ পোৱা যায়। যাৰ বাবে সম্ভৱতঃএনেদৰে ই বিলাহী ফ্লুৰ নাম পাইছিল। 

No comments