Breaking News

আজিৰে পৰা মুকলি কৰা হ’ল কেদাৰনাথ মন্দিৰৰ প্ৰৱেশ দ্বাৰ

 


আজিৰে পৰা মুকলি কৰা হ’ল কেদাৰনাথ মন্দিৰৰ প্ৰৱেশ দ্বাৰ। ছমাহৰ মুৰত কেদাৰনাথ ধামত এতিয়া দেখিবলৈ পোৱা গৈছে ভক্তৰ ভিৰ। শীতকালত হোৱা প্ৰৱল তুষাপাতৰ ফলত ভক্তৰ দৰ্শনৰ বাবে বন্ধ কৰি দিয়া হৈছিল কেদাৰনাথ ধাম। ছমাহৰ মুৰত মুকলি কৰি দিয়া হৈছে কেদাৰনাথ ধামৰ দ্বাৰ। আজি পুৱা ৬ বাজি ২৫ মিনিটত বৈদিক মন্ত্ৰোচ্ছাৰণেৰে মুকলি কৰা হয় কেদাৰনাথ ধামৰ দ্বাৰ। উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীও আজিৰ এই দ্বাৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে।  ২০২১ চনৰ ৬ নৱেম্বৰত বন্ধ কৰিছিল কেদাৰনাথ ধামৰ দুৱাৰ। আজি প্ৰৱেশ দ্বাৰ মুকলি অনুষ্ঠানত প্ৰায় ১৭ কুইণ্টল ফুলেৰে সঁজাই সু-সজ্জিত কৰি তুলি কেদাৰনাথ ধাম


No comments