Breaking News

নেচনেল হেৰাল্ড গোচৰত ছোনিয়া আৰু ৰাহুল গান্ধীলৈ চমন



নেচনেল হেৰাল্ড গোচৰত  ছোনিয়া আৰু ৰাহুল গান্ধীলৈ চমন। প্ৰৱৰ্তন সঞ্চালকালয়ে নেচনেল হেৰাল্ড গোচৰত কংগ্ৰেছৰ অন্তৱৰ্তীকালীন সভাপতি ছোনিয়া গান্ধী আৰু দলৰ সাংসদ ৰাহুল গান্ধীক মাতি পঠিয়াইছে বুলি জনা গৈছে। উল্লেখ্য যে উক্ত গোচৰটো ২০১৫ চনতে অনুসন্ধানকাৰী সংস্থাৰ দ্বাৰা বন্ধ কৰা হৈছিল।

No comments