Breaking News

মুম্বাই চলচ্চিত্ৰ মহোৎসৱত আইমী বৰুৱাৰ পৰিচালিত ছবিৰ সফলতা

 



মুম্বাই চলচ্চিত্ৰ মহোৎসৱত আইমী বৰুৱাৰ পৰিচালিত ছবিৰ সফলতা। মুম্বাই চলচ্চিত্ৰ মহোৎসৱত Screaming Butterflies ৰ সফলতা।  আইমী বৰুৱাৰ পৰিচালিত ছবিখনে লাভ কৰিছে এই বিশেষ সন্মান। মহোৎসৱত Best Documentary Film হিচাপে Silver Conch বঁটা লাভ লাভ কৰিবলৈ সক্ষম হয় আইমী বৰুৱাৰ পৰিচালিত ছবিখনে। এই সন্মান লাভ কৰাৰ পিছতেই উৎফুল্লিত আইমী বৰুৱা। লগতে ছবিখনৰ সৈতে জড়িত কলা-কুশলীলৈ কৃতজ্ঞতা আইমীৰ।

No comments