Breaking News

কি হৈছিল দক্ষিণ আফ্ৰিকাৰ নাইটক্লাবতঃ উদ্ধাৰ ১৭ জনকৈ লোকক মৃতদেহ



দেওবাৰে দক্ষিণ আফ্ৰিকাৰ দক্ষিণ চহৰ পূব লণ্ডনৰ এটা নাইট ক্লাবত কমেও ১৭ জন লোকক মৃত অৱস্থাত উদ্ধাৰ হয়।


প্ৰাদেশিক আৰক্ষী প্ৰধান ব্ৰিগেডিয়াৰ থেমবিনকোচি কিনানাই এএফপিক জনোৱা মতে, " পূব লণ্ডনত অৱস্থিত চিনেৰী পাৰ্কৰ এটা স্থানীয় মধুশালাত মৃত্যু হোৱা প্ৰায় ১৭ জন (লোক)ৰ প্ৰতিবেদন লাভ কৰে।" কৰ্তৃপক্ষই এতিয়াও ঘটনাটোৰ পৰিস্থিতিৰ অনুসন্ধান কৰি আছে বুলি জনায়।


তেওঁৰ মতে, মৃত্যু হোৱা লোকসকলৰ বয়স ১৮ৰ পৰা ২০ বছৰৰ ভিতৰত আছিল। 

No comments