Breaking News

নুমলীগড়ৰ ২ নং বুঢ়াগোহাঁই খাটত বন্যহস্তীৰ আক্ৰমনত এগৰাকী মহিলাৰ কৰুণ মৃত্যু

 


ডিজিটেল সংবাদঃ নুমলীগড়ৰ ২ নং বুঢ়াগোহাঁই  খাটত কৰুণ ঘটনা । বন্যহস্তীৰ আক্ৰমনত মিনু গড় নামৰ এগৰাকী মহিলাৰ কৰুণ মৃত্যু ।  নিশা খাদ্যৰ সন্ধানত ওলাই অহা এজাক বন্যহস্তীয়ে  মহিলা গৰাকীৰ ঘৰ ভাঙি লণ্ডভণ্ড কৰি শুই থকা অৱস্থাত  আক্ৰমণ কৰে মহিলা গৰাকীক । চিকিৎসালয়লৈ  নিয়াৰ পথতে মৃত্যক আঁকোৱালি লয় মহিলা গৰাকীয়ে ।ওৰে নিশা বন্যহস্তীৰ জাকটোৱে উপদ্ৰৱ   চলায় সমগ্ৰ অঞ্চলটোত । দীৰ্ঘদিন ধৰি সমগ্ৰ অঞ্চলটোত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ ।

No comments