Breaking News

নিয়তিৰ ওচৰত হাৰ মানিলে জনপ্ৰিয় অভিনেতা কিশোৰ দাসে



অসমৰ সাংস্কৃতিক জগতৰ বাবে অতি দুঃখবৰ। নিয়তিৰ ওচৰত হাৰ মানিলে জনপ্ৰিয় অভিনেতা কিশোৰ দাসে। চেন্নাইত চিকিৎসাধীন অৱস্থাত মৃত্যু জনপ্ৰিয় অভিনেতাগৰাকীৰ। দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল অভিনেতা কিশোৰ। উন্নত চিকিৎসাৰ বাবে চেন্নাইত চিকিৎসা গ্ৰহণ কৰি আছিল কিশোৰে। অৱশেষত নিষ্ঠুৰ নিঁয়তিৰ ওচৰত হাৰ মানিলে অতি জনপ্ৰিয়া অভিনেতাগৰাকীয়ে। অভিনেতাগৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে শোকাকুল কৰি তোলে প্ৰতিজন অনুৰাগীক। অতি কম সময়ৰ ভিতৰত নিজৰ প্ৰতিভাৰে জনপ্ৰিয়তাৰ শীৰ্ষত অৱস্থান কৰা কিশোৰ দাসৰ বিয়োগত মৰ্মাহত প্ৰতিজন অসমীয়া। 

No comments