Breaking News

ঘিলাধাৰী আৰক্ষী থানা অন্তৰ্গত গাঁওৰক্ষী বাহিনীৰ সহযোগত ঘিলাধাৰী আৰক্ষী থানাৰ চৌহদ চফাই অভিযান

 


ডিজিটেল সংবাদ, গোলাঘাটঃ ঘিলাধাৰী আৰক্ষী থানা অন্তৰ্গত গাঁওৰক্ষী বাহিনীৰ সহযোগত ঘিলাধাৰী আৰক্ষী থানাৰ চৌহদ চফাই অভিযান।অনুষ্ঠানটি আঁতধৰে ঘিলাধাৰী থানা গাঁওৰক্ষী বাহিনীৰ চক্ৰসংগঠক কমল হাজৰিকাই। আনুষ্ঠানিক ভাৱে উদ্ধোধন কৰে ঘিলাধাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰাঞ্জল চক্ৰৱত্তীয়ে। উপস্থিত থাকে থানা সমিতৰ সভাপতি মৃদুল বৰা,সহ সম্পাদক দেৱশ্বৰ বৰা আৰু সহ সম্পাদক পৰাগ বৰুৱা উপস্থিত থাকে।

No comments