Breaking News

ছিংগাপুৰ অ’পেনত জয়লাভ পি ভি সিন্ধুৰ



ছিংগাপুৰ অ’পেনত জয়লাভ পি ভি সিন্ধুৰ।  চীনৰ ৱাং জি য়িক পৰাস্ত কৰে সিন্ধুৱে। পি ভি সিন্ধুৱে প্ৰথমবাৰৰ বাবে ছিংগাপুৰ অ’পেনত জয়লাভ কৰিবলৈ সক্ষম হৈছে।  চলিত বৰ্ষত সিন্ধু তৃতীয়খন প্ৰতিযোগিতাত জয়ী হৈছে। খেলখনৰ ফলাফল আছিল ২১-৯,১১-২১,২১-১৫।  ভাৰতীয় তাৰকাগৰাকীয়ে ২১-৯ৰ ব্যৱধানত জয়ী হয়।


উল্লেখ্য যে, শনিবাৰে ছেমি ফাইনেলত জাপানৰ ছাইনা কাৱাকামীক পৰাস্ত কৰিছিল সিন্ধুৱে। উক্ত খেলখনত ২১-১৫, ২১-৭ ৰ ব্যৱধানত জয়লাভ কৰিছিল সিন্ধুৱে। 

No comments