Breaking News

অসমৰ আলিয়া, অসম ‌জীয়ৰী চেলেষ্টি হ’ব ষ্টাৰ প্লাছৰ নতুন ধাৰাবাহিকৰ মুখ্য নায়িকা


এইবাৰ মায়ানগৰীত খলকনি তুলিবলৈ সাজু অসমৰ আলিয়া ভাট চেলেষ্টি বৈৰাগী। ছ’চিয়েল মাধ্যমত নিজৰ অভিনয়ৰ দক্ষতাৰে সদায় দৰ্শকৰ মন জয় কৰি অহা চেলেষ্টি হ’ব ষ্টাৰ প্লাছৰ নতুন ধাৰাবাহিকৰ মুখ্য নায়িকা। বৰ্তমান চেলেষ্টি  ষ্টাৰ প্লাচৰ নতুন ধাৰাবাহিক ‘উড়তি কা নাম ৰজ্জো’ৰ শ্বটিঙত ব্যস্ত। ৮ আগষ্টৰ পৰা ষ্টাৰ প্লাচত সম্প্ৰসাৰিত হ’ব ধাৰাবাহিকখন। ধাৰাবাহিকখনত এগৰাকী সাহসী ছোৱালীৰ চৰিত্ৰত দেখা যাব চেলেষ্টিক। 



উল্লেখ্য যে অসমৰ দুলিয়াজান চেলেষ্টি বৈৰাগী ইতিমধ্যে হৈ পৰিছে ইণ্টাৰনেট ছেনচেশ্যন। 




No comments