Breaking News

পুনৰ বহিঃৰাজ্যত অসমৰ যুৱতীৰ ৰহস্যজনক মৃত্যু

 


পুনৰ বহিঃৰাজ্যত অসমৰ যুৱতীৰ ৰহস্যজনক মৃত্যু । যুৱতী গৰাকীৰ মৃত্যুক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। মাচুৰীৰ ধমৰশালাত নৈত গা ধুবলৈ গৈ শ্রদ্ধা বৰুৱাৰ মৃত্যু গোৱা বুলি জানিব পৰা গৈছে। যুৱতীগৰাকীৰ একাল মৃত্যুৱে শোকাকুল কৰি তুলিছে জন্মস্থান দুলীয়াজানৰ জুটুলীবাৰীবাসীক। নাওশলীয়াৰ বৰহোলা জুটুলীবাৰী গাঁৱৰ উত্তম বৰুৱাৰ কন্যা শ্রদ্ধা। শ্ৰদ্ধাৰ এই মৃত্যুক সহজভাৱে ল’ব পৰা নাই  পৰিয়ালৰ লোকে। পৰিকল্পিত হত্যাৰ সন্দেহ পৰিয়ালৰ। বিগত ৫ মাহ ধৰি এটা ব্যক্তিগত কোম্পানীত কৰ্মৰত আছিল শ্ৰদ্ধা।  যুৱতীগৰাকীৰ মৃত্যুয়ে  কেৱল দুলিয়াজানতে নহয় সমগ্ৰ ৰাজ্যতে সৃষ্টি কৰিছে চাঞ্চল্যৰ 

No comments